Activity Details : Department of Assamese

List of Activity
Sl No Year Date Title of the Event Description Photo of the Event
1 2021 25-06-2021 NATIONAL LEVEL WEB CONFERENCE মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ম ৰিগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ২৫-০৬-২০২১ তাৰিখ ৰবিবাৰে আবেলি ৪ বজাত অনলাইন মাধ্য়মত এখনি সন্মিলন অনুস্থিত কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ সংগীতা শইকীয়া।
2 2021 20-07-2021 Special Lecture মৰিগাঁও মহাবিদ্য়ালয়ৰ অসমীয়া বিভাগৰ উদ্য়োগত আৰু আভ্য়ন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস উপলক্ষে ২০ জুলাই,মঙ্গলবাৰে এখন বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় অনলাইন মাধ্য়মৰ যোগেদি । "কৃষ্ণকান্ত সন্দিকৈঃঅসমীয়া অনুবাদ সাহিত্য়ৰ দিশ নিৰ্ধাৰণ" সম্পৰ্কে ভাষণ আগবঢ়ায় ড০ বিৰিঞ্চি কুমাৰ দাস ।
3 2021 28-7-2021 Serial Lecture Series No. 1 মৰিগাঁও মহাবিদ্য়ালয়ৰ অসমীয়া বিভাগৰ উদ্য়োগত বক্তৃতা অনুষ্ঠান এখনি আয়োজিত কৰা হয় ২০২১ চনৰ ২৮ জুলাই তাৰিখে। উক্ত অনুষ্ঠানত সমল ব্য়ক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্য়াপক ড০ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ। "প্ৰাক- শংকৰী সাহিত্য়ঃ এক পুণৰালোচনা" শীৰ্ষক বিষয়ত সমল ব্য়ক্তিয়ে আলোচনা আগবঢ়ায়।
4 2021 20-6-2021 Poem writing and recitation competition মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সদৌ অসম ভিত্তিত এখনি অনলাইন স্বৰচিত কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত বিষয় আছিল - ক। বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আভা খ। কলাগুৰু হিচাপে বিষ্ণু প্ৰসাদ ৰাভা
5 2021 1-8-2021 LECTURE SERIES,LECTURE NO.2 মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ১ আগস্ট, ২০২১ তাৰিখে অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানৰ বিষয়বস্তু আছিল “ মাণিক বন্দোপাধ্যায়ৰ সাহিত্য কৃতি আৰু পদ্মা নদীৰ মাঝি উপন্যাসৰ প্ৰসংগ "। বক্তা: ডঃ হেমন্ত ডেকা, সহযোগী অধ্যাপক, বি.এইচ. কলেজ, বৰপেটা।
6 2021 04 August, Lecture Series, Lecture No. 3 মৰিগাঁও মহাবিদ্য়ালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত বক্তৃতা মালাত সাহিত্য়ৰ চলচ্চিত্ৰায়নঃ সম্ভাৱনা আৰু সীমাবদ্ধতা সম্পৰ্কীয় আলোচনাত সমল ব্য়ক্তি হিচাপে উপস্থিত থাকে ড০ প্ৰদীপ বড়া। তেখেত গোলাঘাট বাণিজ্য় মহাবিদ্য়ায়ৰ সহকাৰী অধ্য়াপক তথা নাট্য়কাৰ, অভিনেতা আৰু পৰিচালক।
7 2021 08 August Lecture Series, Lecture No. 4 মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত বক্তৃতা-৪ অনুষ্ঠানত "আধুনিক অসমীয়া নাটকৰ ধাৰাঃ এটি আলোচনা" শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে টিহু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হেমেন ৰাজবংশীয়ে ৷ ৮আগষ্ট ২০২১ তাৰিখ ৰবিবাৰে বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা নন্দিতা তালুকদাৰে ৷ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰে উদ্বোধন কৰা অনুষ্ঠানত শতাধিক অংশগ্ৰহণকাৰীয়ে অংশ গ্ৰহণ কৰে ৷
8 2021 22 August Lecture Series, Lecture No. 05 মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত বক্তৃতামালা অনুষ্ঠানত ২২/৮/২০২১ইং তাৰিখ দেওবাৰে বঙাইগাঁও মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ ৰাতুল পাঠকে "শব্দাৰ্থ বিজ্ঞান আৰু অসমীয়া ভাষা" শীৰ্ষক বিষয়ত আলোচনা আগবঢ়ায়।
9 2021 21 February INTERNATIONAL MOTHER LANGUAGE DAY ২১-০২-২০২৩ তাৰিখ মংগলবাৰে নটুৱাগাঁও বাপুজী মধ্য় ইংৰাজী বিদ্য়ালয়ত মৰিগাঁও মহাবিদ্য়ালয়ৰ সহযোগত আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন কৰা হয়। মৰিগাঁও মহাবিদ্য়ালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ নেতৃত্বত এখনি ৰচনা প্ৰতিযোগিতা পতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ আগবঢ়ায়।
10 2021 05 November Kobita Abritti মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত সাপ্তাহিক অনুষ্ঠানৰ প্ৰথম সপ্তাহত উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰ। বিষয়ঃ কবিতা আবৃত্তি
11 2021 12 November গ্ৰন্থ সমালোচনা মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত সাপ্তাহিক অনুষ্ঠানৰ দ্বিতীয় সপ্তাহত উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰ। বিষয়ঃ গ্ৰন্থ সমালোচনা
12 2021 18 November Biyanam মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত সাপ্তাহিক অনুষ্ঠানৰ তৃতীয় সপ্তাহত উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰ আৰু উপাধ্য়ক্ষা ড০ হেমলতা শৰ্মা। বিষয়ঃ বিয়ানাম
13 2021 17 December Speacial Lecture programme মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত বিশেষ বকতৃতা অনুষ্ঠানত বিশিষ্ঠ কবি-সাহিত্যিক কিশোৰ মণজিত বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। বিষয়ঃ তৰুণ কবিৰ উত্থানত নীলমণি ফুকনৰ ভূমিকা।
14 2022 8 August Bhupendra Sangit Pratijota মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা (2021-2022)ৰ সহযোগত মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত প্ৰায় ৬০ জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে।
15 2022 21 June Bishnu Rabha Dibash Udjapan মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক ডঃ নীলমণি ফুকন। ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বিষ্ণু ৰাভাৰ গীত পৰিবেশনেৰে এই অনুষ্ঠান পালন কৰা হয়।
16 2023 31 January PLANTATION AND ENVIRONMENT AWARENESS PROGRAMM মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু এণ্টি গ্লৱেল ৱৰ্মিং ছছাইটিৰ সহযোগত মৰিগাঁও জিলাৰ মৈঢালি পথাৰ গাঁওত বৃক্ষৰোপন আৰু পৰিবেশ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত ছাত্ৰ-ছাত্ৰীসকলে গাঁওবাসীক গছপুলি বিতৰণ কৰে।
17 2023 23 March Faculty Exchange Programme মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত শিক্ষক বিনিময় কাৰ্যক্ৰমত উপস্থিত থাকে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ নৱমী গগৈ। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গঠনমূলক ভাষণ আগবঢ়ায়।