Department of Assamese : Morigaon College

Introduction

                    চিৰ চেনেহী মোৰ ভাষা জননী

                    ধন্যে পূণ্যে হৃত পাৱনী॥

        ভাৰতৰ পূৱ দিশৰ সূৰ্য উঠা দেশ অসমৰ প্ৰধান ভাষা তথা ৰাজ্যিক ভাষা হল অসমীয়া। অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগে পূৰ্বৰে পৰা উদ্যোগ লৈ আহিছে। ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, শৈক্ষিক, মানসিক মাৰ্গদৰ্শন ক্ষেত্ৰত অসমীয়া বিভাগ সদায় দায়ৱদ্ধ। বৰ্তমান ৬ গৰাকী শিক্ষক আৰু  ১৮৫ জন ছাত্ৰ-ছাত্ৰী বিভাগটোৰ মূল শক্তি। ২০২২-২৩ বৰ্ষৰ তিনিটা ষাণ্মাসিকত অসমীয়া   বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনেধৰণৰ ঃ  

প্ৰথম/দ্বিতীয় ষান্মাসিকঃ ১১৩

তৃতীয়/চতুৰ্থ ষাণ্মাসিক ঃ ৫৪

পঞ্চম/ষষ্ঠ ষাণ্মাসিক ঃ ১৮ 

 

History

ঐতিহ্যমণ্ডিত মৰিগাঁও মহাবিদ্য়ালয় স্থাপন হৈছিল ১৯৬৪ চনৰ ১ জুলাই  তাৰিখে। ১৯৮৭ চনৰপৰা অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক সন্মান পাঠ্যক্ৰম আৰম্ভ হয়। আৰম্ভনি কালৰপৰা অসমীয়া বিভাগত অধ্য়াপনা কৰা শিক্ষকসকলৰ নাম তলত উল্লেখ কৰা হ’লঃ

১। নৰেন্দ্ৰ নাথ কেওঁট, এম. এ. (১৯৬৪-১৯৮৭)

২। সদানন্দ মহন্ত, এম. এ. (১৯৭২-২০০৬)

৩। ঊষাৰাণী দত্ত মজুমদাৰ, এম. এ. এম. ফিল. (১৯৭৯-২০১৭)

৪। জীৱকান্ত নাথ, এম. এ. , এম. ফিল. (১৯৮৭-২০১৩)

৫। ঝৰ্ণা দেৱী, এম. এ. , এম. ফিল. (১৯৮৭-২০১৭)

৬। নাৰায়ণ শইকীয়া, এম. এ. , এম. ফিল. (১৯৯০-২০১৯)

৭। প্ৰদীপ কুমাৰ শইকীয়া, এম. এ. (১৯৯২-২০১৭)

৮। মনোজ কুমাৰ দাস, এম. এ. (২০০৬-২০১৭)

৯। ড০ স্বপ্নালী বৰা, এম. এ. , এম. ফিল. , পি. এইচ. ডি. (২০১৫-২০১৬)

 

Aim

     মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্য হৈছে - 

     অসমীয়া ভাষা,সাহিত্য,সংস্কৃতি সম্পৰ্কীয় জ্ঞান ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা ।

Motto

অসমীয়া ভাষা শিক্ষণত শ্ৰৱন,কথন,পঠন,লিখন দক্ষতাৰ বিকাশ সাধন।

Vision

বিদ্যালয় স্তৰৰপৰাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলা।

Mision

অসমীয়া ভাষা-সাহিত্য-সংস্কৃিতৰ সৰ্বাংগীন জ্ঞান লাভেৰে শিক্ষাৰ্থীসকলে তাক সমাজৰ মাজলৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰা।

Objective

মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্দেশ্যসমূহ হৈছে -

)স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল সাধনত মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰোৱা।

২)ভাৰতীয় আৰু বিশ্ব সাহিত্য়ৰ ধাৰণা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰা । 

৩) সৃজনীমূলক সাহিত্য,অনুবাদমূলক সাহিত্যৰ ধাৰণা আগবঢ়োৱা।

৪) ভাষা বিজ্ঞান সম্পৰ্কীয় ধাৰণা ,সংস্কৃতিৰ ধাৰণা বিতংকৈ প্ৰদান কৰা।

Courses Offered

অসমীয়া বিভাগৰ তৰফৰপৰা তিনিটা ধৰণৰ স্নাতক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়-

স্নাতক  চি. বি. চি. এছ.  (Honors)

স্নাতক   চি. বি. চি. এছ.  (Generic)

সংযোগী পাঠ্যক্ৰম (Add-On Course)

১। অসমীয়া সংস্কৃতি অধ্যয়ণ-  ASM-CC-01 (Cultural Studies of Assam)

2। অসমীয়া ডিটিপি ASM-CC-01(Assamese DTP)

৩। যোগাযোগ কলা ASM-CC-02 (Communication Skill)

৪। সৃষ্টিশীল সাহিত্য  ASM-CC-0203 (Creative Lite

Resources of the Department

অসমীয়া বিভাগৰ  আন্তঃগাঁঠনি এনেধৰণৰ-

১। অসমীয়া বিভাগৰ বাবে সুকীয়া শ্ৰেণীকোঠা দুটা আৰু আই. চি. টি. (ICT) শ্ৰণীকোঠা এটা।

২। কম্পউটাৰ এটা।

 

Strength

অসমীয়া বিভাগৰ চালিকা শক্তি হৈছে-

১। ছাত্ৰ-ছাত্ৰী

২। শিক্ষক-শিক্ষয়িত্ৰী

৩। বিভাগীয় পুথিভঁৰাল

৪। বিভাগীয় চ’ৰা

৫। সংগ্ৰহালয়

৬। সংযোগী পাঠ্যক্ৰম

Weakness

বিভাগীয় সীমাবদ্ধতাসমূহ হ’ল-

১। বিভাগীয় পুথিভঁৰালত পৰ্যাপ্ত পৰিমাণৰ গ্ৰন্থৰ অভাৱ। 

২। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাৰ অভাৱ।

Opportunities

বিভাগৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী আৰ্থিকভাৱে অনগ্ৰসৰ। সেয়েহে অসমীয়া বিভাগৰদ্বাৰা উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱাৰ পথ দেখুৱাই জীৱনৰ বিভিন্ন পৰ্যায়ত উন্নতি আৰু সংস্থাপনমুখী হোৱাত পদক্ষেপ লোৱা হয়। আমাৰ পাঠ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষ তথা পৰোক্ষভাৱে বৃত্তিগত দক্ষতা, কেৰিয়াৰ গঢ়াত আগ্ৰহী তথা কৰ্মসংস্থাপনমুখী প্ৰশিক্ষণ প্ৰদানক আধাৰ হিচাপে লোৱা হয়।

Challenges

প্ৰত্যাহ্বানসমূহ হ’ল-

১। বিভাগীয় বিভিন্ন কাম-কাজত ধনৰ নাটনি।

২। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কিন্তু পৰ্যাপ্ত পৰিমাণৰ সুব্যৱস্থাসম্পন্ন শ্ৰেণী কোঠাৰ অভাৱ। 

Activities of the Department

বিভাগীয় কাৰ্যাৱলীসমূহ হ’ল-

১। ক্ষেত্ৰ অধ্যয়ন (Field Study)

২।সম্প্ৰসাৰিত কাৰ্যসূচী  (Extension Activity)

৩। কৰ্মশালা (Workshop)

৪। জনপ্ৰিয় ভাষন (Popular Talk)

৫। আলোচনা সত্ৰ (Seminar)

৬। দলীয় আলোচনা (Group Discussion)

৭। ৰাজহুৱা কাৰ্যসূচী (Community Work)

Awards of the Department

প্ৰাপ্ত পুৰস্কাৰসমূহ হ’ল- 

১। মৰিগাঁও মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ (২০২২-২০২৩)ত শ্ৰেষ্ঠ সাহিত্যিক বটাঁ লাভ (নামঃ বৰষা ৰাণী বৰুৱা)

২। মৰিগাঁও মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ (২০২২-২০২৩)ত সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া বিভাগৰ প্ৰথম স্থান লাভ। 

৩। মৰিগাঁও মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ (২০২২-২০২৩)ৰ দৰা-কইনা প্ৰতিযোগিতাত দৰা-কইনা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ।

৪।মৰিগাঁও মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ (২০২২-২০২৩)ৰ মেহেন্দী প্ৰতিেযাগিতাত দ্বিতীয় স্থান লাভ।

৫।মৰিগাঁও মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ (২০২২-২০২৩)ৰ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ।

Publication of the Department

বিভাগৰদ্বাৰা প্ৰকাশিত আলোচনী আৰু গৱেষণা পত্ৰিকাসমূহ হ’ল-

১। শতদল - ISSN-2319-667x (ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলােচনী) 

২। মণিকাঞ্চন - (বাৰ্ষিক বিভাগীয় প্ৰাচীৰ পত্ৰিকা)

৩। অন্বীক্ষণ - ছাত্ৰ-ছাত্ৰীৰদ্বাৰা প্ৰকাশিত হাতেলিখা ছমহীয়া আলোচনী। 

Achievements of the Department

২। মৰিগাঁও মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ (২০২২-২০২৩)ত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ। 

২। প্ৰাচীৰ পত্ৰিকা প্ৰকাশ।

৩। হাতেলিখা আলোচনী প্ৰকাশ। 

৪। মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ।

Future Plan of the Department

ভবিষ্যত পৰিকল্পনাসমূহ হ’ল-

১। শতদল প্ৰকাশ। (Peer-Reviewed Journal)

২। বিভাগীয় সংগ্ৰহালয়ৰ সম্প্ৰসাৰণ।

৩। বিভাগীয় ইউ টিউৱ(You Tube) চেনেল অধিক সক্ৰিয় কৰা।

৪। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অনুমোদন লাভ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ।

৫। আৰ্থিকভাবে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বুক বেংক(Book Bank) গঠন।

৬। কৰ্মশালা(Workshop) আৰু আলোচনা চক্ৰ(Seminar) আয়োজনৰ ক্ষেত্ৰত পদক্ষেপ। 

Best Practices

বিভাগীয় শ্ৰেষ্ঠ অনুশীলনৰ কাৰ্যসূচীসমূহ হ’ল-

১। মৰিগাঁও অঞ্চলৰ মৈঢালি পথাৰ গাঁৱত পৰিেবশ সজাগতা অনুষ্ঠান।

২। মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত নটুৱা গাঁও বাপুজী মধ্য ইংৰাজী বিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস আয়োজন।

৩। অসমীয়া বিভাগৰদ্বাৰা পৰিগ্ৰহিত বিদ্যালয়ত বিভাগীয় শিক্ষকৰদ্বাৰা পাঠদান।